Aug 8, 2026
কান্ত দত্ত সোঁৱৰণী বঁটা
কান্ত দত্ত দেৱৰ ২০২৫-২৬ ৰ্বষৰ মেধা সোঁৱৰণী বঁটা নামৰূপ মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী পৰিস্মিতা ৰাজখোৱাক আগবঢ়োৱা হয়। এই সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত কমলাকান্ত গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সত্যকাম বৰঠাকুৰ, আদিত্য গোস্বামীকে কান্ত দত্তৰ পৰিয়ালবৰ্গৰ লোকৰ লগতে নামৰূপৰ বিশিষ্ট ব্যক্তি, শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ -ছাত্ৰীয়ে অংশ গ্ৰহণকাৰী সামগ্ৰীবোৰ কৰে।
Subscribe to:
Post Comments (Atom)
Successful completion of national seminar
Namrup, September 1, 2026: A two-day National Seminar on “Biodiversity Conservation for Environmental Sustainability in Northeast India: A M...
-
Namrup College has achieved a remarkable milestone this year by securing the prestigious position of First Runner-Up in the Inter-College C...
-
IQAC conducted a seminar for students research project proposal for the academic session 2025-26. A total of 7 proposal has been received fr...
-
NCSU, Namrup College has organised freshman social day for the newly admitted students of BA and BSc and HS courses on 20th August, 2025.

No comments:
Post a Comment